লোকবাদ্য

লোকবাদ্যৰ পৰিচয়

লোকবাদ্য লোকগীত আৰু লোকনৃত্যৰ লগত ওতঃপ্ৰোত ভাৱে সাঙোৰ খাই আছে। এটা জাতি বা জনজাতিৰ সংগীতপ্ৰেম আৰু শিল্পকলাৰ চেতনাৰ অন্যতম নিদৰ্শন